আৰম্ভ হ'ল 4 সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - election commision
🎬 Watch Now: Feature Video

ৰাজ্যত সোমবাৰে অনুষ্ঠিত হৈছে 4 সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ৷ পুৱাৰে পৰা দেখা গ'ল ৰঙাপৰা, ৰাতাবাৰী, সোণাৰী আৰু জনীয়া সমষ্টিত ভোটাৰৰ ব্যাপক সহাঁৰি ৷ চাওক এক প্ৰতিবেদনঃ