thumbnail

By

Published : May 13, 2020, 4:56 PM IST

ETV Bharat / Videos

কাজিৰঙাৰ মথাউৰি পৰিদৰ্শন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সোমবাৰে কাজিৰঙাৰ মৰিয়াহোলা আৰু অগৰাতলিৰ বনাঞ্চল সংযোগী 23.38 কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই কাৰ্যসূচীত মুখ্য়মন্ত্ৰীৰ লগত উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা । মথাউৰি পৰিদৰ্শন সন্দৰ্ভত মুখ‍্যমন্ত্ৰী গৰাকীয়ে Covid 19 ৰ বিৰুদ্ধে যুঁজাৰ লগতে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰ সাজু বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.