বড়ো চুক্তিক লৈ বড়ো ভূমিত আনন্দৰ বন্যা

By

Published : Jan 27, 2020, 3:03 PM IST

thumbnail
কোকৰাঝাৰ, 27 জানুৱাৰীঃ তৃতীয় বড়ো চুক্তিক কেন্দ্ৰ কৰি বড়ো ভূমিত আনন্দৰ বন্যা । খাম, চিফুং লৈ বড়ো নৃত্যত মতলীয়া বড়ো যুৱক-যুৱতী ৷ বিটিএডিৰ অধীনৰ বড়োভূমি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি ইত্যাদি অঞ্চলত আনন্দৰ বন্যা।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.