thumbnail

By

Published : Oct 13, 2021, 5:21 PM IST

Updated : Oct 13, 2021, 5:48 PM IST

ETV Bharat / Videos

মাংস-ভাত খাবলৈ মাতি মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে পুত্ৰই

শিৱসাগৰৰ হালোৱাটিঙত সংঘটিত হৈছে নৃশংসস হত্যাকাণ্ড ৷ প্ৰাপ্ত তথ্য অনুসৰি নিজ মাতৃক ভাত খাবলৈ মাতি আনি মৰিয়াই মৰিয়াই হত্যা কৰিলে সুৰামত্ত পুত্ৰই ৷ হালোৱাটিঙৰ ওড়িয়া বস্তিৰ খগেন খদ্দল নামৰ লোকজনে নিজ মাতৃ বুধেস্বৰী খদ্দলক মাংস-ভাত খাবলৈ মাতি নি জেওৰা খুঁটিৰে কোবাই কোবাই হত্যা কৰে ৷ তদুপৰি নিজ পত্নীকো লাঠিৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে খগেনে ৷ ইতিমধ্যে ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ খগেন খদ্দল আটক কৰিছে ৷
Last Updated : Oct 13, 2021, 5:48 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.