Man Kills Brother: ককায়েকক হত্যা কৰি গাঁত খান্দি পুতিলে ভায়েকে - deadbody in pit

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 30, 2021, 6:44 PM IST

গোলাঘাটৰ দ-চমুৱাত চাঞ্চল্যকৰ ঘটনা । ঘৰুৱা কন্দলৰ পৰিণতিত নিজৰ জ্যেষ্ঠ ভাতৃকে হত্যা কৰি পুঁতি থ'লে কণিষ্ঠ ভাতৃয়ে(younger brother kills elder brother ) ৷ শনিবাৰে নিশা দুই ভাতৃ ক্ৰমে ৰাজীৱ পুৰ্য আৰু কাবুল পুৰ্যৰ মাজত হৈছিল তীব্ৰ বাক-বিতণ্ডা । অভিযোগ অনুসৰি, এই বাক-বিতণ্ডাৰ পৰিণতিতেই ৰাজীৱ পুৰ্য‌ই জ্যেষ্ঠ ভাতৃ কাবুল পুৰ্যক হত্যা কৰে । হত্যাকাণ্ড সংঘটিত কৰি ধৃত ৰাজীৱ পুৰ্য‌ই গাঁত খান্দি পুঁতি থ'লে ককায়েকক । পৰৱৰ্তী সময়ত ঘটনাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হয় গোলাঘাটৰ ফৰকাটিং আৰক্ষী । স্থানীয় গাঁওবুঢ়াৰ সহযোগত আৰক্ষীয়ে পুঁতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো(police rescued body by digging ) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.