ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰিলে হেল্প লাইন নম্বৰ - বঙাইগাঁও জিলা প্ৰশাসন
🎬 Watch Now: Feature Video

বঙাইগাঁও জিলা আৱৰ্ত ভৱনত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ সংবাদমেল ৷ বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰিলে প্ৰতিগৰাকী নাগৰিকৰ বাবে হেল্প লাইন নম্বৰ ৷ ৰাইজে যিকোনো সমস্যাৰ সন্মুখীন হ'লে যোগাযোগ কৰিব পাৰিব 8724860657 মোবাইল নম্বৰত । কেৱল সেয়াই নহয় কিবা অভিযোগ থাকিলে এই নম্বৰত what's app যোগে পঠিয়াব পাৰিব ফটো, ভিডিঅ’ ।