ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰত লাজুকী বান্দৰ উদ্ধাৰ

By

Published : Jun 22, 2021, 3:49 PM IST

thumbnail

ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰত মঙলবাৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰ এটা উদ্ধাৰ কৰা হয় । একাংশ সচেতন লোকে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বকোস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ত । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰি বন বিভাগৰ বকোৰ কাৰ্যালয়ত ৰখাৰ দিহা কৰিছে । সন্ধিয়া শিংৰা বনাঞ্চলত লাজুকী বান্দৰটোক মুকলি কৰি দিব বন বিভাগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.