অব্যাহত আছে আছুৰ প্ৰতিবাদ : চাবুৱাত কলা বেজ পৰিধান কৰি কৰিলে পতাকা উত্তোলন - আছুৰ ভলীবল খেল প্ৰতিযোগিতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14034793-thumbnail-3x2-hg.jpg)
আৰক্ষীয়ে ডিব্ৰুগড়ত আছু কৰ্মীক মাৰপিট কৰি আটক কৰাৰ বিৰোধিতাৰে ইয়াৰ ন্যায় বিচাৰি বৰ্তমানলৈকে প্ৰতিবাদ অব্যাহত ৰাখিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই (Arrest of AASU worker in Dibrugarh) । সোমবাৰে চাবুৱাত ক’লা বেজ পৰিধান কৰি আছুৱে কৰিলে পতাকা উত্তোলন । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত চাবুৱা, হাতীআলি আৰু চেতিয়া গাঁওবাসী ৰাইজৰ সহযোগত শিক্ষাবিদ স্বৰ্গীয় নন্দলাল বৰগোহাঁইৰ সোঁৱৰণীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আন্তঃ আঞ্চলিক দিবা নৈশ ভলীবল প্ৰতিযোগিতাখনিৰ পতাকা উত্তোলন কৰে ক’লা বেজ পৰিধান কৰিয়েই ।