ধন বিলাবলৈ যোৱাৰ সন্দেহত ৭ জন বিজেপি নেতা-কৰ্মীক আটক - ধন বিলাবলৈ যোৱাৰ সন্দেহত ৭জন বিজেপি নেতা-কৰ্মীক আটক
🎬 Watch Now: Feature Video

বৃহস্পতিবাৰে শিৱসাগৰৰ দিচাংমুখ চৰাইপৰাত মাজনিশা উত্তপ্ত পৰিস্থিতি ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ধন বিলাবলৈ যোৱাৰ সন্দেহত ৰাইজে দুখন গাড়ীসহ আবদ্ধ কৰিলে 7 জন বিজেপি নেতা-কৰ্মীক ৷ বিজেপিৰ জিলা পৰিষদৰ সদস্যসহ যুৱ মৰ্চাৰ কৰ্মীয়ে ধন বিলাবলৈ যোৱাৰ অভিযোগ ৷ ৰাইজে দুঘন্টা ধৰি আবদ্ধ কৰি ৰাখে বিজেপিৰ দলটোক ৷ পৰৰ্ৱতী সময়ত আৰক্ষী-দণ্ডাধীশ গৈ উদ্ধাৰ কৰে দলটোক ৷