ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে - vote in Digboi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 27, 2021, 6:13 PM IST

ডিগবৈৰ বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকনে টিংৰাই ৰজনীকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 50 নং ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ৰাজ্যত 47 টা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ডিগবৈ সমষ্টিটো উন্নয়নৰ স্বাৰ্থত হিলদল ভাঙি ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷ ডিগবৈৰ সমষ্টিৰ মুঠ 140132 জন ভোটাৰে তিনিজন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ পুৰুষ ভোটাৰ 87139 আৰু মহিলা ভোটাৰ 86295 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰা সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুৰেণ ফুকনে ডিগবৈ সমষ্টিৰ পৰা 70 হাজাৰৰো অধিক ভোটত জয়লাভ কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.