ফাকু খেলিলে কৃপানাথ মাল্লাই - বিজেপি
🎬 Watch Now: Feature Video

কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাক বিজয়ী ঘোষণা কৰিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ সৰ্বমুঠ 4,73,046 ভোট লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ আনন্দত আত্মহাৰা দলীয় কৰ্মী-সমৰ্থকৰ সৈতে ফাকু খেলিলে মাল্লাই ৷