সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ বিশ্বনাথৰ পৰিবহণ বিভাগ - helmets mandatory for pillion riders in Biswanath

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 15, 2022, 12:39 PM IST

ভোগালী বিহুৰ নিশা সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি পালন কৰিলে (Biswanath traffic police strict against Drink and Drive) বিশ্বনাথ জিলাৰ পৰিবহণ বিভাগে ৷ ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ জিলাখনত যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিবলগীয়া হৈছে জৰিমনা । যিসকলে যান-বাহন আইন উলংঘা কৰিছে, তেওঁলোকক কঠোৰ জৰিমনা বিহে আৰক্ষীয়ে ৷ প্ৰতিজন মটৰ চাইকেল আৰোহীক হেলমেট পৰিধান কৰাৰ (helmets mandatory for pillion riders in Biswanath) লগতে কোনো কাৰণত যাতে সুৰা সেৱন কৰি বাহন নচলাই, তাকেই আহ্বান জনাইছে জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰ শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.