ৰঙাপৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কীৰ ভোটদান সাব্যস্ত - বিজয় তিৰ্কী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11177878-thumbnail-3x2-r.jpg)
ৰঙাপৰাত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কীয়ে ৷ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে তিৰ্কীয়ে ৷ সমষ্টিটোৰ অন্তৰ্গত বিন্দুকুৰি বাগান বিদ্যালয়ৰ ১৪৮ নং ভোটকেন্দ্ৰত ভোটদান সাব্যস্ত কৰে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে। উক্ত ভোট কেন্দ্ৰত ৭৩৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। উল্লেখ্য যে, ৰঙাপৰা বিধানসভা সমষ্টিত মুঠ ১ লাখ ৫৮ হাজাৰ ৯৭০ গৰাকীয়ে ৭ গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব ।