কান্ধত ঢোল, ডিঙিত গামোচা লৈ আৰক্ষী - assam
🎬 Watch Now: Feature Video

দায়িত্ব, ব্যস্ততাই লগ নেৰিলেও চেনেহৰ বিহুটি নপতাকৈ কেনেকৈ থাকে ৷ সেয়েহে কৰ্তব্যৰ মাজতেই খাকী পোচাক পৰিধান কৰি কান্ধত ঢোল লৈ ধুবুৰী আৰক্ষী চাউনীত আৰক্ষী বিষয়া-জোৱানসকলে পালন কৰিলে ৰঙালী বিহু ৷