বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল গেলেকী - নাজিৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8279075-thumbnail-3x2-kk.jpg)
তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ পুনৰাত্তিৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰাৰ অন্তৰ্গত গেলেকীৰ বৃহত্তৰ অঞ্চল ৷ গেলেকীৰ সেউজপুৰ অঞ্চলত অৱস্থিত অএনজিচিৰ GCP & CPP নামৰ তৈল খাদটোৰ পাইপ লাইনৰ পৰা সোমবাৰে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় লোকৰ মাজত ৷ আতংকিত ৰাইজে নিজৰ বাসগৃহসমূহ এৰি ঢাপলি মেলে নিৰাপদ স্থানলৈ ৷ পৰৱৰ্তী সময়ত অএনজিচি কৰ্তৃপক্ষৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও বৰ্তমানেও শংকিত স্থানীয় ৰাইজ ৷