কেনেকুৱা হ'ব বলয় গ্ৰাস সূৰ্যগ্ৰহণ ? - বলয় গ্ৰাস সূৰ্যগ্ৰহণ
🎬 Watch Now: Feature Video
সমাগত অম্বুবাচীৰ থাকিব এক বিশেষ মাহাত্ম্য ৷ কিয়নো এইবেলি সূৰ্যগ্ৰহণৰ সময়তে আৰম্ভ হ'ব অম্বুবাচী ৷ বলয় গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ'ব ৰাতিপুৱা 9:16 বজাত ৷ ইয়াৰ বিপৰীতে এই সূৰ্যগ্ৰহণৰ সমাপ্তি ঘটিব 3:04 বজাত ৷ পুৱা 10:16 বজাৰ পৰা দিনৰ 1:49 বজালৈ থাকিব সূৰ্যগ্ৰহণৰ কু-প্ৰভাৱ ৷ এইবেলিৰ সূৰ্যগ্ৰহণৰ লগত সম্বন্ধিত ভিন্ন বিষয়ে জানিবলৈ চাওক এই প্ৰতিবেদন...
Last Updated : Jun 21, 2020, 12:10 PM IST