অভিনেতা যতীন বৰাই মুখ খুলিছে..

By

Published : Sep 28, 2020, 9:28 PM IST

thumbnail
চলচ্চিত্ৰ উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে অভিনেতা যতীন বৰাই ৷ TRP আছে বাবেই বাৰে বাৰে তেওঁৰ কথা চৰ্চিত হয় । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমীয়া চলচ্চিত্ৰ উদ্যোগে এক নতুন গতি পালে বুলিও মন্তব্য কৰে অভিনেতা গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.