বিহু বিশেষঃ অসমীয়া সাজত বহিঃৰাজ্যৰ এদল কৰ্মচাৰী - ডিঙিত গামোছা
🎬 Watch Now: Feature Video
লখিমপুৰ, 14 এপ্ৰিলঃ বিহুৰ দিনটোত লখিমপুৰৰ নাৰায়ণপুৰৰ অনা অসমীয়াৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ ডিঙিত গামোছা পিন্ধনত চুৰিয়া, বিহুৰ ঢুলিয়া নহয় এওঁলোক কৰ্তব্যৰত পেট্ৰ'লপাম্পত ৷ লখিমপুৰ জিলাৰ ভাৰত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰি সম্পূৰ্ণ অসমীয়া দায়িত্ব পালন কৰে ৷ অনা অসমীয়াক অসমীয়াৰ ৰূপত দেখা পাই আনন্দিত গ্ৰাহকসকলো ৷ বছৰ বছৰ ধৰি অসমত থাকি কলা সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী সকলৰ এক প্ৰতিবেদন....