যিকোনো মূহুৰ্তত ডুবিব পাৰে উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী - GUWAHATI FENCYBAZAR FLOOD
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3853164-thumbnail-3x2-ghy-1.jpg)
লুইতৰ বলীয়া বানে প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ফাচীবজাৰলৈ৷ যিকোনো মূহুৰ্তত প্লাৱিত হ'ব পাৰে গুৱাহাটী মহানগৰী৷ ইতিমধ্যে গুৱাহাটীৰ মধ্যম খণ্ড ঘাটেৰে পানী বাগৰি ৰাজপথত প্ৰৱেশ কৰাৰ উপক্ৰম হৈছে৷ নিশাৰ ভাগলৈ পানী ক্ৰমান্বয়ে বৃদ্ধি পোৱাত আতংকৰ সৃষ্টি হৈছে সমগ্ৰ ফাচীবজাৰ,মাছখোৱা অঞ্চলত৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানী ৰাজপথেদি নিগৰিবলৈ উপক্ৰম হোৱাত প্ৰশাসনে বালিৰ নিশাই বালিৰ বস্তাৰে বাঢ়নী পানীক ভেটা দিয়াৰ ব্যৱস্থা কৰিছে ৷ পানীত বুৰ গৈছে মধ্যমখণ্ড পাৰঘাট,ফাচীবজাৰ পাৰঘাট,শুক্লেশ্বৰ পাৰঘাট ৷