Pradeep Dutta Roy arrested : মমতাৰ সমৰ্থন লাগে বিতৰ্কিত বাঙালী নেতা ৰয়ক - west Bengal cm mamta
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13755379-938-13755379-1638033159986.jpg)
শিলচৰত আৰক্ষীৰ জিম্মাত থকাৰ সময়তে সাংবাদিকৰ সৈতে হোৱা মুখামুখিৰ সময়ত প্ৰদীপ দত্ত ৰয়ৰ বিস্ফোৰণ(Pradeep Dutta Roy under police custody) ৷ বাঙালী জাতিৰ অস্তিত্ব বিলুপ্ত কৰি দিয়াৰ চক্রান্তৰ হোৱাৰ অভিযোগ আনি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক আগবাঢ়ি অহাৰ দাবী জনাইছে প্রদীপ দত্ত ৰয়ে (Arrested Bengali leader Pradeep Dutta Roy wants Mamtas help)। সবিশেষ চাও আহক ৷