কৰ'ণা মহামাৰীৰ জটিল সন্ধিক্ষণত ৰাইজলৈ আমাৰ বিনম্ৰ আহ্বান...

By

Published : Mar 29, 2020, 7:20 PM IST

thumbnail
চীন,ইটালী,আমেৰিকা,ইংলেণ্ডৰ দৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহুগুণে উন্নত দেশ সমূহেও আজি কৰ'ণা অথবা COVID-19 ভাইৰাছৰ সন্মুখত পৰাজিত ৷ তেনেক্ষেত্ৰত, জনসাধাৰণ সজাগ নহ'লে কল্পনাতীত পৰিৱেশ সৃষ্টি হ'ব ভাৰতবৰ্ষত ৷ কাৰণ আমেৰিকা,ইটালী আদি উন্নত দেশৰ তুলনাত আমাৰ দেশৰ স্বাস্থ্যখণ্ড যথেষ্ট পিছপৰা তথা দেশৰ জনসংখ্যাৰ ঘনত্বও যথেষ্ট বেছি ৷ এইক্ষেত্ৰত ভাৰতবাসী সজাগ নহ'লে অতি কম দিনৰ ভিতৰত আৰু অধিক ভয়াৱহ সময়ৰ ইংগিত দিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ মহামাৰীৰ এই জটিল সন্ধিক্ষণত দেশবাসীৰ লগতে অসমবাসীলৈ আমাৰ বিনম্ৰ আহ্বান.....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.