APDCL কেলেংকাৰী : দীপাংকৰ দিহিঙীয়াক লগত লৈ বিজুলী ভৱনত CM ভিজিলেন্সৰ অভিযান

By

Published : Sep 28, 2021, 6:41 PM IST

thumbnail
APDCL ৰ কেলেংকাৰীৰ লগত জড়িত দীপাংকৰ দিহিঙীয়াক লগত লৈ CM ভিজিলেন্সে মঙলবাৰে বিজুলী ভৱনত অভিযান চলায় । ইপিনে APDCLৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা আতাউৰ ৰহমানৰো জেৰা অব্যাহত ৰাখিছে CM ভিজিলেন্সে । পৰৱৰ্তী সময়ত বহু প্ৰাৰ্থী তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, APDCL কেলেংকাৰীত জড়িত থকা দীপাংকৰ দিহিঙীয়া, আতাউৰ ৰহমানসহ ১১ গৰাকী অভিযুক্তকক গ্ৰেপ্তাৰ কৰিছিল । আটাই কেইগৰাকীক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে ৬ গৰাকী অভিযুক্তক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.