মুছলপুৰত অংগনৱাদী কৰ্মীৰ CAA বিৰোধী প্ৰতিবাদ - মুছলপুৰত অংগনৱাদী কৰ্মীৰ CAA বিৰোধী প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2020, 11:34 PM IST

বাক্সা জিলাৰ অংগনৱাদী কৰ্মী সহায়িকা সন্থাৰ তিনিশতাধিক কৰ্মীয়ে জিলা সদৰ মুছলপুৰত নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে সমদল উলিয়ায় ৷ 'কা বাতিল কৰক', 'কা আমি নামানো', 'কা আমি নুবুজো', 'জয় আই অসম', 'অংগনৱাদী কৰ্মী সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ কৰক', 'ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান দিয়া আঠ জানুৱাৰীৰ ভাৰত বন্ধ সফল কৰক' আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰোপৰি, সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকে আন্দোলন চলাই যাব বুলিও মন্তব্য কৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.