মুখ্যমন্ত্ৰীয়ে বুজালেও কথা নুশুনে নেকি অমিয় কুমাৰ ভূঞাই ! - অমিয় কুমাৰ ভূঞাৰ ভাইৰেল কল ৰেকৰ্ডিং

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 16, 2022, 3:56 PM IST

Updated : Jan 16, 2022, 4:27 PM IST

ভাইৰেল কল ৰেকৰ্ডিং সন্দৰ্ভত পোন প্ৰথমবাৰৰ বাবে মুখ খুলিলে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (Amiya Kumar Bhuyan viral phone call) । প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলি অতি কৌশলী মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে (Amiya Bhuyan reacts on viral phone call controversy) । ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীক এনে ধৰণৰ কাৰ্য সংঘটিত নকৰিবলৈ বুজাম বুলি কৰা মন্তব্য সন্দৰ্ভতো বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে বুজালেই তেওঁ বুজিব বুলি কয় যদিও তেওঁক বুজাব লগীয়া পৰিৱেশ হোৱাই নাই বুলি কৈ এক কৌশলী ইংগিত প্ৰদান কৰে ৷
Last Updated : Jan 16, 2022, 4:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.