ফাঁচি বজাৰৰ কনটেইণ্টমেন জ’নৰ আবাসীক পৰ্যায়ক্ৰমে Covid 19 ৰ পৰীক্ষা - আৰক্ষী আয়ুক্ত জিপি সিং
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7195153-thumbnail-3x2-a.jpg)
সম্পূৰ্ণৰূপে ছীল কৰা ফাঁচি বজাৰৰ কনটেইণ্টমেন জ’নৰ আৱাসীসকলৰ পৰ্যায়ক্ৰমে কৰা হ’ব Covid 19 ৰ পৰীক্ষা । বৃহস্পতিবাৰে পুৱাৰ ভাগত মহানগৰীৰ আৰক্ষী আয়ুক্ত জিপি সিং ফাঁচি বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।