আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস - assam legislative assembly election 2021
🎬 Watch Now: Feature Video

বাক্সা জিলাৰ ৬৩ নং চাপাগুৰিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসে তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে জাতীয়তাবাদ, আঞ্চলিকতাবাদক জীয়াই ৰখাৰ লগতে বড়ো-অবড়োৰ সমস্যা ৰাজনৈতিকভাবে সমাধানৰ বাবে দলটোক ভোটদান কৰাৰ আহ্বান জনায় ৷ তেওঁ লগতে ইউপিপিএল দলে সমষ্টিৰ বাহিৰৰ এজন প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদন কৰাত কঠোৰ ভাষাৰে সমালোচনা কৰে ৷