দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত আটছাৰ প্ৰতিবাদ - আটছা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10599726-thumbnail-3x2-t.jpg)
ৰাজ্যত দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ দাবীৰে তিনিচুকীয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আটছা সংগঠনে ৷ চাওঁক প্ৰতিবাদস্থলীৰ পৰা ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...
Last Updated : Feb 12, 2021, 9:15 PM IST