thumbnail

By

Published : Jun 5, 2020, 7:23 PM IST

Updated : Jun 5, 2020, 7:33 PM IST

ETV Bharat / Videos

গ্ৰীষ্মকালৰ জনপ্ৰিয় শীতল পানীয় আমপান্না

যিহেতু এতিয়া আমৰ সময় গতিকে আমৰ সোৱাদ নোলোৱাকৈ থাকিব পাৰি জানো ? গ্ৰীষ্মকালৰ অন্য এটি জনপ্ৰিয় শীতল পনীয় হৈছে আমপান্না ৷ মিঠা টেঙা সোৱাদৰ আমপান্না সকলোৰে মনপছণ্ডৰ এবিধ পানীয় ৷ পানীৰ পিয়াহ পূৰ কৰাৰ উপৰিও আমপান্নাৰ আছে কেবাটাও ঔষধি গুণ ৷ Gastro-instentinalৰ দৰে সমস্যাৰ বাবেও আমপান্না অতি উপকাৰী ৷
Last Updated : Jun 5, 2020, 7:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.