নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত উদযাপন স্বাধীনতা দিৱস - নগাঁও জিলাৰ বঢ়মপুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12782835-thumbnail-3x2-aaaa.jpg)
75 সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰে 75 সংখ্যক স্বাধীনতা দিৱস । দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতিৰ লগতে নৱম অসম আৰক্ষী বাহিনীৰ প্ৰায় বহু সংখ্যক জোৱান বৰ্তমান মিজোৰামত দেশৰ দায়িত্বত নিয়োজিত হৈ থকাৰ বাবে সীমিত সংখ্যক আৰক্ষীৰে এই বৰ্ষত স্বাধীনতা দিৱস উৎযাপন কৰা দেখা গ’ল বঢ়মপুৰত । আনহাতে বিগত বৰ্ষ সমূহত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিৰ অনুষ্ঠান আয়োজন কৰা হয় যদিও ক'ভিড সৃষ্ট পৰিবেশৰ বাবে এইবাৰ সীমিত সংখ্যক কাৰ্যসূচীৰে স্বাধীনতা দিৱস উৎযাপন কৰা দেখা গ’ল ।