সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো উদযাপন কৰে 75 সংখ্যক স্বাধীনতা দিৱস - অসম আৰক্ষী 152 চি আৰ পি এফ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12780556-thumbnail-3x2-image.jpg)
সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো75 সংখ্যক স্বাধীনতা দিৱস উদযাপন । ক'ভিড প্ৰটকল মানি গোৱালপাৰা জে টি এছ খেলপথাৰত অনুষ্টুপীয়াকৈ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা 9 বজাত পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে । অসম আৰক্ষী, 152 চি আৰ পি এফ আৰু ছাত্ৰ-ছাত্ৰী সকলে মার্চপাষ্ট, কুকুৰৰ কুচকাৱাজ আৰু বাৰেবৰণীয়া কাৰ্যসূচী প্ৰদৰ্শন কৰে ।