মিক্স মাৰ্চেল আৰ্টছত ভাৰতৰ বাবে চেম্পিয়নশ্বিপ বেল্ট অৰ্জন কৰাটো মোৰ সপোনঃৰিতু ফোগত - ৰিতু ফোগতৰ আছুতীয়া সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9977760-thumbnail-3x2-s.jpg)
"মোৰ অন্তৰখন এতিয়াও সঠিক ঠাইতে আছে আৰু মিক্স মাৰ্চেল আৰ্টছত ভাৰত নাম উজ্বলাই তোলাৰ ক্ষেত্ৰত মোৰ উৎসাহ আগৰে পাৰাই আছে" One: Big Bangত জোমেৰী টোৰেছক 4-0ত হৰুৱাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় মল্ল যুঁজাৰু ৰিতু ফোগতে ৷ ইটিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত খেলুৱৈগৰাকীয়ে জনায়, কিয় তেওঁ মল্লযুঁজত নিজৰ উঠি অহা কেৰিয়াৰ ত্যাগ কৰি এগৰাকী মিক্স মাৰ্চেল আৰ্টছ খেলুৱৈ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷