thumbnail

ময়ংক আগৰৱালৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

By

Published : Oct 10, 2019, 6:14 PM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাত ক্ৰিকেটাৰ ময়ংক আগৰৱালৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ বিশাখাপট্টনমত দ্বি-শতক অৰ্জন কৰাৰ পাচত পুণেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টটো শতক অৰ্জন ময়ংকৰ ৷ কেৰিয়াৰৰ দ্বিতীয়টো টেষ্ট শতক অৰ্জন খেলুৱৈগৰাকীৰ ৷ প্ৰথমখন টেষ্টত 215 ৰান কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত 108 ৰান কৰিবলৈ সক্ষম হয় ময়ংকে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কি ক’লে ময়ংকে চাওক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.