আই পি এলত আজি ধোনীৰ বিৰুদ্ধে বিৰাট

By

Published : Apr 21, 2019, 12:26 PM IST

thumbnail
বেংগালুৰৰ চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 8 বজাত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ আই পি এলৰ এইখন হ’ব 39 সংখ্যক মেচ ৷ দুয়োটা দলৰ মাজত বৰ্তমানলৈকে 24 খন মেচ অনুষ্ঠিত হৈছে ৷ য’ত চেন্নাইয়ে 16 খন আৰু বেংগালুৰুৱে মাত্ৰ 7 খনত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ চেন্নাইৰ বিৰুদ্ধে চেন্নাইত ধৰাশায়ী হোৱা ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত আজি প্ৰতিশোধ লোৱাৰ সুন্দৰ সুযোগ আহি পৰিছে ৷ চেন্নাই আৰু বেংগালুৰৰ এই মেচখনক লৈ ইটিভি ভাৰতৰ এক ব্যতিক্ৰমী অনুষ্ঠান আই পি এল বিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.