thumbnail

"মহামাৰী নহয় , নৃত্য শ্বেয়াৰ কৰক "-ইউনিচেফ

By

Published : May 11, 2020, 10:12 PM IST

বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক লৈ ইউনিচেফে নিৰ্মাণ কৰিছে এক বিশেষ ৱৰ্ল্ড এক্সক্লুসিভ ভিডিঅ' ৷ ইউনিচেফৰ সদ্ভাৱনা ৰাজদূত এঞ্জেলিক কিডজ'য়ে শেহতীয়াকৈ পাটা পাটা নামৰ এটা বিশেষ ভিডিঅ' মুকলি কৰিছে ৷ 1967 চনৰ মিৰিয়াম মেকবাৰ জনপ্ৰিয় গীতটোৰ এক সতেজ ভিডিঅ' মুকলি কৰিছে ইউনিচেফে ৷ সমগ্ৰ বিশ্বত COVID-19 সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক লৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ ভিডিঅ'টো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.