স্বামী আয়ুষ্মান খুৰাণাই সমকামী পুৰুষৰ চৰিত্ৰত অভিনয় কৰাক লৈ কি প্ৰতিক্ৰিয়া পত্নী তাহিৰাৰ
🎬 Watch Now: Feature Video
নতুন ছবি শুভ মংগল জ্যাদা সাৱধানত আয়ুষ্মান খুৰাণাই ৰূপায়ন কৰিছে সমকামী পুৰুষৰ চৰিত্ৰ ৷ এই চৰিত্ৰ ৰূপায়ন কৰাৰ বাবে স্বামীক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে পত্নী তাহিৰাই ৷ তেওঁৰ মতে প্ৰেমৰ সম্পৰ্ক আমি উদযাপন কৰিব লাগে ৷ সেয়া লাগিলে দুজন ল'ৰাৰ মাজতে হওক বা দুগৰাকী ছোৱালীৰ মাজতে হওক ৷ স্বামীয়ে এই ছবিখনত অভিনয় কৰাৰ বাবে তেওঁ যথেষ্ট সুখী বুলি ব্যক্ত কৰে ৷