ফিল্মফেয়াৰ এৱাৰ্ডলৈ কিয় নগ'ল প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামী ? - 65th filmfare award
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6117610-thumbnail-3x2-a.jpg)
ফিল্মফেয়াৰ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে । ফিল্ম ফেয়াৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছিল যদিও নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে নিপন গোস্বামীয়ে । ফিল্মফেয়াৰ সন্দৰ্ভত বিতৰ্ক হৈ থাকিলেও ব্যক্তিগতভাৱে ফিল্মফেয়াৰ অনুষ্ঠান অসমত অনুষ্ঠিত হোৱাক লৈ সুখী নিপন গোস্বামী । তেওঁ কিয় যাব নোৱাৰিল এই এৱাৰ্ড অনুষ্ঠানলৈ ৷ শুনক তেওঁৰ মুখেৰেই.....