ইৰফান খানৰ মৃত্যু সন্দৰ্ভত NSDৰ পৰিচালক সুৰেশ শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ - বলীউড আৰু ইন্টাৰনেশ্যনেল ছবিজগতৰ এক অন্যতম মুখ্য তাৰকা ইৰফান খান
🎬 Watch Now: Feature Video

বলীউড আৰু ইন্টাৰনেশ্যনেল ছবিজগতৰ এক অন্যতম মুখ্য তাৰকা ইৰফান খানৰ বিয়োগৰ বাতৰিয়ে শোকাকুল কৰি তুলিছে সমগ্ৰ দেশবাসীক ৷ তাৰ মাজতে নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰিচালক সুৰেশ শৰ্মাই নিজৰ মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ই টি ভি ভাৰতৰ সাংবাদিকৰ সমুখত ৷ উল্লেখ্য যে, 1984 চনত NSDত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল প্ৰসিদ্ধ অভিনেতা ইৰফান খানে ৷