অসম আৰক্ষীৰ সুন্দৰ আৰু সুৰক্ষিত বিহু - কৰ'ণা ভাইৰাছজনিত সজাগতা বাৰ্তা
🎬 Watch Now: Feature Video
শেহতীয়াকৈ অসম আৰক্ষীয়ে মুকলি কৰে এটা ৰঙালী বিহু বিশেষ ভিডিঅ'৷ ভিডিঅ'টোৰ মাধ্যেমেৰে অসম আৰক্ষীয়ে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ লগতে জনসাধাৰণলৈ কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগতাৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰে ৷