1 এপ্ৰিলৰ পৰা কোনকেইবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধি পালে মূল্য ? - অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধি পালে মূল্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14900350-thumbnail-3x2-b.jpg)
পুনৰ ৰন্ধন গেছৰ দাম বাঢ়িল ৷ 1 এপ্ৰিল তথা আজিৰে পৰা বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 250 টকাকৈ বৃদ্ধি পালে (Commercial LPG cylinder price hike) ৷ শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ জুইয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ সময়তে চৰকাৰে আন এক মাধমাৰ সোধালে সৰ্বসাধাৰণক (Prices rise in essential commodities) । আনকি 1 এপ্ৰিলৰ পৰা 15 শতাংশ বৃদ্ধি কৰা হৈছে টোল টেক্সৰ পৰিমাণ (Increase in toll tax amount) । বিগত দুটা বছৰত ক'ভিডৰ ফলত মধ্যবিত্ত পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰাৰ সময়তে ধাৰাবাহিকভাৱে হোৱা মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ কোঙা কৰি পেলাইছে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST