Jakhalabandha accident: ৰখাই থোৱা ট্ৰাকত স্কুটীৰে খুন্দিয়াই থিতাতে নিহত যুৱক

By

Published : Dec 25, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত শোকাৱহ পথ দুৰ্ঘটনা(Road accident in Jakhalabandha) ৷ দেওবাৰে নিশা ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰেৰে স্কুটীৰে খুন্দা মাৰি থিতাতে নিহত হয় এজন যুৱক(Youth died in accident) ৷ নিহত যুৱকজন কুঢ়িমাৰীৰ ৰঞ্জিত দাস বুলি চিনাক্ত কৰা হৈছে ৷ ট্ৰাকৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল যুৱকজন ৷ NL01 AB 5586 নম্বৰৰ ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰে যুৱকজনে ৷ যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.