thumbnail

By

Published : Jun 21, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

International Yoga Day : বিশ্ব যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্ব যোগ দিৱস (Yoga Day celebrated at Koliabor) ৷ ৰাজ্যজুৰি বানৰ সংহাৰৰ মাজতে কেবাখনো জিলাত অনুষ্টুপীয়াকৈ যোগ দিৱস পালন কৰিছে ৷ কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু ভৱনত আয়োজন কৰা যোগ দিৱসত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan attended Yoga Day) ৷ যোগক এক আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে যোগ দিৱসৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছিল যদিও ভয়াৱহ বান পৰিস্থিতিৰ বাবে সীমিত সংখ্যক স্থানতহে যোগ দিৱস আয়োজন কৰিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.