Wild elephant in Guwahati: চলন্ত বাহনলৈ চোঁচা ল’লে বন্যহস্তীয়ে - Wild elephant attack in Guwahati
🎬 Watch Now: Feature Video

গুৱাহাটী মহানগৰীতো অব্যাহত আছে বন্যহস্তীৰ আতংক(Wild elephant in Guwahati) । আমছিং-যোৰাবাটত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণ । শুকুৰবাৰে নাৰেংগীৰ পৰা আমছিং যোৰাবাটলৈ যোৱা DL 2F CS 0786 নম্বৰৰ গাড়ীখনক খেদি খেদি আক্ৰমণ চেষ্টা বন্যহস্তীটোৰ(Wild elephant attack in Guwahati) ৷ তীব্ৰ বেগেৰে বাহন চলাই হাতীৰ আক্ৰমৰ পৰা কথমপি ৰক্ষা পৰে যাত্ৰীসকল ৷ অৱশ্যে বাহনখনৰ বাওঁফালৰ দুৱাৰৰ ক্ষতি কৰে হাতীটোৱে ৷ উল্লেখ্য যে, অমিছিং যোৰাবাটলৈ ফুৰিবলৈ গৈছিল বাহনখনত থকা পৰিয়ালটো ৷
Last Updated : Feb 3, 2023, 8:38 PM IST