জোনাইত বিকশিত ভাৰত সংকল্প যাত্ৰাত ভূৱন পেগু - MLA Bhuwan Pegu in Jonai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/640-480-20368036-thumbnail-16x9-jjn-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 27, 2023, 5:18 PM IST
জোনাই, ২৭ ডিচেম্বৰ : ভাৰত চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন আচঁনিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে এই আচঁনি সমূহ কেনেদৰে লাভ কৰিব পাৰি সেইবোৰৰ বিষয়ে ৰাইজক জনোৱাৰ উদ্দেশ্যে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকাশিত ভাৰত সংকল্প যাত্ৰা ৷ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে আজি মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ সৌজন্যত তথা জোনাই গাঁও পঞ্চায়ত আৰু কেমি জেলম গাওঁ পঞ্চায়তৰ সহযোগত জোনাইত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা ।
এই সংকল্প যাত্ৰাত অংশগ্রহণ কৰি বিধায়ক ভূৱন পেগুৱে ৰাইজক এইক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায় ৷ সভাত বিজেপিৰ জিলা সভাপতি ৰূপা কামান, জোনাই মহকুমাধিপতি শান্তনু গগৈ, পূব জোনাইৰ জিলা পৰিষদ সদস্য অতুল পেগু আদি উপস্থিত থাকে ৷
লগতে পঢ়ক:কামপুৰত হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ নেদেখাজনক ৰাইজে জনালে সেৱা