thumbnail

By

Published : Oct 5, 2022, 4:06 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / Videos

বাইহাটা চাৰিআলিত পূজাৰ মাজতে দুই দলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ

বাইহাটা চাৰিআলিৰ নৱমী পূজাৰ দিনা হঠাৎ এখন যুদ্ধ (Fight at Baihata Chariali)। দুটা দলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ ইটো দলে সিটো দলক কৰিছে আক্ৰমন । অস্ত্ৰ হিচাবে ব্যৱহাৰ হৈছে কলৰ টুকুৰা । কিন্তু এয়া কোনো সঁচা যুদ্ধ নহয় ৷ এয়া হৈছে সাতশ বছৰ পুৰণি এক পৰম্পৰা (Traditional fight at Baihata chariali)। কামৰূপ জিলাৰ পিংগলেশ্বৰ দেৱালয়ত(Pingaleswar Devalaya) অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ নৱমীৰ দিনাৰ পূজাৰ পাছত অনুষ্ঠিত এক পৰম্পৰা । বলি বিধান হোৱাৰ পাছত ধৰ্মীয় লোক বিশ্বাস মতে চলে এই প্ৰতীকী আক্ৰমণ । লোক বিশ্বাস অনুসৰি এই যুদ্ধৰ মাজতেই আছে বৃহত্তৰ এলেকাটোৰ আগন্তুক এটা বছৰৰ আশা-ভৰসা ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.