ভাৰতীয় ষ্টেট বেংকৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - celebrated 67th anniversary of SBI

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 2, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

আজি ভাৰতীয় ষ্টেট বেংকৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস(67th anniversary of SBI) ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হয় ভাৰতীয় ষ্টেট বেংকৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস । শুকুৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠান পৰিবেশন কৰা হয় । গীত-নৃত্য-কথাৰে জীপাল অনুষ্ঠানটিত বিহু নৃত্য, সত্ৰীয়া নৃত্য, জনগোষ্ঠীয় নৃত্য তথা আধুনিক নৃত্যৰ অনুষ্ঠানে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অনুষ্ঠানটোত ভাৰতীয় ষ্টেট বেংকৰ ডি এম ডি প্ৰবীণ ৰাঘবেন্দ্ৰ (SBI DMD Pravin Raghavendra), চি জি এম অৰবিন্দ কুমাৰ সিং (CGM Arvind kumar Singh) আদিকে প্ৰমুখ্য কৰি ষ্টেট বেংকৰ উত্তৰ পূৰ্বৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.