Snow removal work on Srinagar: বৰফৰ আচ্ছাদনত শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ - snow hit Srinagar Leh NH
🎬 Watch Now: Feature Video
বৰফৰ আচ্ছাদনত এতিয়া কাশ্মীৰ উপত্যকা (Snowfall in Kashmir Valley) । কেউফালে কেৱল বৰফৰ চাদৰ । কাশ্মীৰ উপত্যকাৰ ওপৰৰ অঞ্চলত তুষাৰপাত আৰু সমভূমিত মাজে মাজে বৰষুণ অব্যাহত আছে । বতৰ বিজ্ঞান বিভাগে ১১ নৱেম্বৰলৈকে উপত্যকাটোত বেয়া বতৰৰ ভৱিষ্যদ্বাণী কৰিছে । ইতিমধ্যে শ্ৰীনগৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথ বৰফে পুতি পেলাইছে (snow hit Srinagar Leh NH) । তাত বৰফ আঁতৰোৱাৰ কাম পূৰ্ণ গতিত চলি আছে । কাশ্মীৰৰ পৰ্যটনস্থলী গুলমাৰ্গ (Kashmir tourist destinations Gulmarg) আৰু সোণা মাৰ্গৰ কিছু অংশত ৪ ইঞ্চিৰ পৰা ডেৰ ফুট পৰ্যন্ত বৰফ জমা হৈছে । আনহাতে, ৯-১১ নৱেম্বৰত সমভূমি অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST