বিজয়া দশমীত প্ৰাণ ভৰি নাচিলে SI জোনমণি ৰাভাই - Allegation against SI Junmoni Rabha
🎬 Watch Now: Feature Video
অতীত পাহৰি প্ৰাণভৰি নাচিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই (Dace by SI Junmoni Rabha)। নগাঁৱৰ নেহেৰুবালিত প্ৰতিমা বিসৰ্জন দিবলৈ আহি আৰক্ষী জোৱানৰ সৈতে কঁকাল ভাঙি নাচিলে এছ আই জোনমণি ৰাভাই । নিজৰ হ’বলগীয়া স্বামীক নিজ হাতে গ্ৰেপ্তাৰ কৰাৰ পাছত নিজেও প্ৰৱঞ্চনাৰ অভিযোগত সাঙোৰ খাই পৰিছিল এছ আই জোনমণি ৰাভা (Allegation against SI Junmoni Rabha)। মাজুলীৰ এক গোচৰত গ্ৰেপ্তাৰো হৈছিল এছ আই জোনমণি ৰাভা । কিন্তু আদালতৰ পৰা জামিন লাভ কৰাৰ পাছত পুনৰ চাকৰিত যোগদান কৰে এছ জোনমণি ৰাভাই । নগাঁৱতে চাকৰিত যোগদান কৰাৰ পাছত বিজয়া দশমীত নৃত্যৰত অৱস্থাত দেখা গ’ল এছ আই জোনমণি ৰাভাক ।
Last Updated : Feb 3, 2023, 8:29 PM IST