Paddy burnt at Goreshwar : নৰাত লগোৱা জুইত জাহ গ’ল কেবাবিঘা মাটিৰ ধান - ফিৰিঙতিৰ পৰা খাণ্ডব দাহ
🎬 Watch Now: Feature Video

ফিৰিঙতিৰ পৰা খাণ্ডন দাহ ৷ সৰিয়হ খেতি কৰিবলৈ নৰাত লগোৱা জুইত জাহ গ’ল কেবাবিঘা ধান (Paddy burnt at Goreshwar) ৷ জানিব পৰা মতে, গোৰেশ্বৰৰ নাওকটাত সৰিয়হ খেতি কৰিবৰ বাবে দেৱেন কলিতা নামৰ এগৰাকী লোকে নৰাত লগাইছিল জুই । এই জুইয়ে কাল ৰূপ ধৰি নিমিষতে ভষ্মীভূত কৰিলে কাষতে থকা পাঁচ বিঘা মাটিৰ ধান (Several bighas of paddy burnt in fire at Goreshwar) ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি, অনুমানিক 100 মোন ধান জাহ যায় এই জুইত ।
Last Updated : Feb 3, 2023, 8:33 PM IST