Sarbananda Sonowal in Golaghat: গোলাঘাটৰ ত্ৰিশূল মন্দিৰত মা দুৰ্গাৰ আশীষ ল’লে সৰ্বানন্দ সোণোৱালে - সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16949273-thumbnail-3x2-hjgdh.jpg)
গোলাঘাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal)। গোলাঘাটৰ কছাৰী হাতৰ ত্ৰিশূল মন্দিৰত মা দুৰ্গাৰ আশীষ ল’বলৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । মন্দিৰত বৈদিক ৰীতি-নীতি অনুযায়ী কৰা পূজা-অৰ্চনাত ভাগ ল’লে সৰ্বানন্দ সোণোৱালে । অসম তথা ভাৰতবৰ্ষৰ বাবে নিস্বাৰ্থভাৱে যাতে কাম কৰি যাব পাৰে তাৰ বাবেই দেৱী দুৰ্গাৰ শ্ৰী চৰণত সেৱা জনালে মন্ত্ৰীগৰাকীয়ে । পূজা-অৰ্চনাৰ অন্তত ত্ৰিশূল মন্দিৰ কৰ্তৃপক্ষ, জিলা বিজেপিৰ বিষয়ববীয়াৰ সৈতে চাহ পানৰ লগতে পিঠাৰো সোৱাদ ল’লে সোণোৱালে ।
Last Updated : Feb 3, 2023, 8:32 PM IST