One Death in Road accident: বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাইক আৰোহী নিহত - One Death in Road accident
🎬 Watch Now: Feature Video

নলবাৰীৰ বৰকুৰিহাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ পথৰ সমীপত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি থিতাতে নিহত হয় এজন বাইক আৰোহী (Road Accident In Nalbari)৷
Last Updated : Feb 3, 2023, 8:35 PM IST